1000+ Best Assamese Quotes & Caption to Impress Your GF

Share this:

Beautiful Assamese Quotes

Assamese Quotes is a trendy and unique way of expressing your mode with your dear and near one. Impress your friends and family members with our great collection of Heart Touching Assamese Quotes.

Assamese Quotes and captions are very popular among the young generation of Assam. Being an Assamese teenager what type of Quotes do you like to share on social networks like Facebook, WhatsApp, etc.

  • Assamese Love Quotes
  • Assamese Sad Quotes
  • Assamese Caption
  • Assamese Heart Touching Quotes
  • Assamese Quotes on Life
  • Assamese Motivational Quotes

This article contains a list of more than 1000+ most shared Quotes in Assamese to refresh your mode.

Startup Your Day with Beautiful Assamese Quotes:

Assamese Quotes are the best possible way to start up your day with a positive attitude. Refresh your mode with a beautiful Assamese Caption. Here are some of the most popular Assamese Quotes to motivate your friends and family members.

Assamese Quotes

“জীৱনটো‌ সদায় অ.টি.পি.ৰ দৰে গঢ়িবলৈ চেষ্টা কৰক, যাতে কোনেও আপোনাক দুবাৰ ব্যৱহাৰ কৰিব নোৱাৰে।”

Assamese Quotes

“কেৱল শ্ৰদ্ধা আৰু সন্মানৰ কথা ভাবি ৰৈ যাওঁ। নহ’লে যি শুনিব পাৰে তেওঁ শুনাব‌ও পাৰে।”

“পৃথিৱীত কেৱল সেইজন মানুহেই সুখী। যি বুজি পাইছে, আনৰ পৰা একো আশা কৰি লাভ নাই।”

Assamese Caption

“জীৱনটো সদায় নিজৰ মতে উপভোগ কৰিবলৈ শিকক, মানুহৰ পছন্দ সময়ে সময়ে সলনি হৈ থাকে।”

“বিশ্বাস হ’ল এনেকুৱা এটা শব্দ, যিটো পঢ়িবলৈ এক ছেকেণ্ড, ভাবিৱলৈ এক মিনিট, বুজিবলৈ এদিন আৰু প্ৰমাণ কৰিবলৈ গোটেই জীৱন লাগি যায়।”

Assamese caption

“সকলো মানুহৰে আগত নিজৰ দুখ প্ৰকাশ নকৰিব। দৰৱ সকলোৰে লগত নাথাকিলেও নিমখ কিন্তু সকলোৰে ঘৰে ঘৰে থাকে।”

“ভাল মানুহ হবলৈ যত্ন কৰক, কিন্তু প্ৰমাণ কৰিবলৈ চেষ্টা নকৰিব।”

“সকলো মানুহে‌ই কেৱল সুখ বিছাৰে, দুখ কাকো নালাগে কিন্তু বৰষুণ নাহোৱাকৈ জানো ৰামধেনুৰ সৃষ্টি হ’ব পাৰে।”

“প্ৰত্যেকটো বস্তুৰে মূল্য সময় আহিলেহে অনুভৱ কৰা যায়। যিদৰে সদায় ফ্ৰীতে পোৱা অক্সিজেনৰ বাবেও হস্পিটেলত কিন্তু প‌ইচা দি কিনিব লগা হয়।”

“খং আৰু অহংকাৰ বেছিকৈ থকা মানুহৰ জীৱনত আন কোনো শত্ৰুৰ প্ৰয়োজন নাই।”

Assamese Captions

“সকলো মানুহৰে কিছুমান ভাল আৰু বেয়া গুণ থাকে, কিয়নো আমি মানুহ, ঈশ্বৰ নহয়।”

Assamese Caption

“সৰুতে আমাৰ হাতত ঘড়ী নাছিল তথাপিও অফুৰন্ত সময় আছিল। এতিয়া সকলোৰে হাতে হাতে ঘড়ী, কিন্তু সময় কৰো নাই।”

“কিছুমান মানুহ খুউব সোনকালে সলনি হৈ যায় , তেওঁলোকৰ বাবে আপুনি আজি গুৰুত্বপূৰ্ণ, কালিলৈ মূল্যহীন।”

“যদি কোনোবাই আপোনাৰ অন্তৰত আঘাট কৰে দুখ নকৰিব, যিজোপা গছৰ ফল মিঠা সেইজোপা গছত ফৰ্মুঠি মৰা মানুহো বেছি।”

Share Your Emotions With Beautiful Assamese Love Quotes:

Are you in love with someone. Impress your loved one with our best Assamese Love Quotes. Make your partner feel special with heart touching Assamese Romantic Quotes. After reading this beautiful Assamese Caption, your partner will fall in love with you.

শব্দৰে নহয় বুকুৰ মাজত আলফুলে সাবতি মৌনতাৰে বুজাব বিছাৰো কিমান ভালপাওঁ তোমাক।
যদিহে জোনাক জোনাক নহলহে‌ঁতেন। তুমি তুমি নহ’লাহেঁতেন। ম‌ই কাহানিও তোমাৰ প্ৰেমত নপৰিলোহেঁতেন।
দুখন হৃদয়ৰ মাজত মৰম আৰু আন্তৰিকতা থাকিলে দূৰত্বৰ কোনো কথা নাই।
ম‌ই তোমাক নিজৰ কৰিবৰ বাবে যিমান পাগল কোনোবা পাগলো ইমান পাগল নহয়।
সকলো বন্ধুত্ব‌ই প্ৰেম নহয় কিন্তু প্ৰেমৰ আৰম্ভণি বন্ধুত্বৰ পৰাই হয়।
আমাৰ মাজত যিমানেই ব্যৱধান নাবাঢ়ক কিয়, আমি দুয়ো সদায় একেখন আকাশৰ তলতেই আছো।
যেনিয়ে যাবা সোন, পাবা জোন মোৰ নামত।
প্ৰেম যদি অভিনয় হয়, মৰম মানেনো কি
মৰম যদি চলনা হয় জীৱন মানেনো কি।

• ALSO READ:
Download Free Assamese Books PDF

Assamese Sad Quotes for Breakup Couple:

Does your girlfriend secretly viewing your status after a breakup? Express the pain of a broken heart with heart touching Assamese Sad Quotes. Here is a list of the most popular Assamese Sad Quotes to heal your broken heart.

খবৰ সকলোৱে সোধে, কিন্তু তেওঁ নোসোধে যাক ক’ব বিছাৰো।
কি পালা তুমি মোৰ পৰা আতৰি। মানুহে দেখোন আজিও তোমাক মোৰ ভালপোৱা বুলিয়ে কয়।
সময়ে শিকাব সময়ে বুজাব
সময়ক পাৰি জানো দুহাতে ৰাখিব।
ম‌ই নহলেও তগৰ ফুলিব
আহিব জোনাকী ৰাতি, আবিৰ সানিব।
নাজানো কিয়।
তুমি মোৰ নোহোৱা বুলি জানিও তোমাক হেৰুৱাবলৈ ভয় কৰো।
চিকিৎসা কেৱল বেমাৰৰ হে কৰিব পাৰি, সন্দেহৰ নহয়।
শব্দ‌ই কেৱল আঘাট দিয়ে কিন্তু মৌনতাই যন্ত্ৰণা।
কাৰোবাক ভালপাবলৈ মাত্ৰ কেইটামান ক্ষণৰ প্ৰয়োজন কিন্তু পাহৰিবলৈ গোটেই জীৱনৰ।
হয়, ম‌ই হাঁহিছো কিন্তু এতিয়া আৰু মোৰ হাঁহিৰ আঁৰৰ কাৰণ তুমি নহয়।
কাৰোবাক সন্দেহ কৰি শেষ হোৱাতকৈ,
বিশ্বাস কৰি শেষ হোৱাতো বহুগুণে উত্তম।
সম্পৰ্ক সদায় হৃদয়ৰে হ’ব লাগে শব্দৰে নহয় আৰু অভিমান সদায় শব্দৰে হ’ব লাগে হৃদয়ৰে নহয়।
আপুনি চকু মুদি বিশ্বাস কৰা মানুহবোৰেই এদিন চকুত ধূলি দি আঁতৰি যাব।
দুখৰ মূল্য কি ম‌ই কোনোদিন বুজি নাপাম। কাৰণ সকলোৱে মোক ফ্ৰীতে দি থৈ যায়।
কেতিয়াবা মন বেয়া লাগিলে, ম‌ই এতিয়াও তোমাৰ পুৰণি মেছেজবোৰ পঢ়ো।
আমাৰ প্ৰত্যেকৰে মোবাইলত এনেকুৱা কিছুমান নম্বৰ আছে। যিবোৰ কেতিয়াও ডায়েলো কৰা নহয় আৰু ডিলিটো।
যদি সঁচাকৈ চকুপানীৰ মূল্য থাকিলহেঁতেন, মোৰ বিছনাৰ গাৰুটোত লাখ টকা পালোহেঁতেন।

Surprise Your Friends With Assamese Funny Caption:

Since ancient times, there is a notoriety on Assamese people that Assamese people dont know how to laugh. Of course, this is not a lie. In a life full of hustle and bustle, we are really forgot to laugh. That’s why we have brought 100+ Assamese Funy Caption to make your family laugh and enjoy.

পত্নীৰ বেমাৰ হ’লে ডাক্তৰৰ ওচৰলৈ নিয়াতকৈ কাপোৰ বা জুৱেলাৰী দোকানলৈ নিয়ক, সোনকালে আৰোগ্য হ’ব।
মদ খাবলৈ এৰিব লাগিব যেন পাইছো
যোৱাকালি ছ্যুটকেছটোকে লেপটপ বুলি খুলি লৈ বহি আছিলো।
গৰম দিনত ৰাতি ম’হ কেইটাই শান্তিৰে শুবলৈ নিদিয়ে আৰু দিনত বৰফৱলাই।
আজিকালিৰ অভিভাৱকে ল’ৰা ছোৱালীক গৰম দিনত বাহিৰত ফুৰাবলৈ লৈ যায় আমি সৰু হৈ থাকোতে চেলুনলৈ নি চুলি কটাই দিছিল।
অনুগ্ৰহ কৰি খানা বনাই হোৱাটচ্ এপ, ফেচবুকত ষ্টেটাছ নলগাব,
ঘৰত ল’ৰা ছোৱালী আছে, আমনি কৰে।
যদি ট্ৰেইনৰ কোনোবা ডবাত মাইকী মানুহ থাকে তেনেহ’লে সেই ডবাটোৱে ইঞ্জিনতকৈ বেছি শব্দ কৰে।
শকত মানুহে যেতিয়া ৰঙা টি চাৰ্ট পিন্ধি কৰবালৈ ওলাই যায়।
হোম ডেলিভাৰীৰ বাবে যোৱা গেছৰ চিলিণ্ডাৰটোৰ নিচিনা লাগে।
যোৱাকালি এজন বৃদ্ধ মানুহ কেকো জেকোকৈ ঘৰলৈ গৈ আছিল ম‌ই তেওঁৰ পিছত এটা কুকুৰ লগাই দিলো, সোনকালে ঘৰ পালেগৈ।
যদি কোনোবা বিবাহিত মহিলা ৰাতি দুই বজাত অনলাইন আছে তেনেহ’লে সাৱধান গিৰিয়েকে মোবাইল চেক কৰি আছে।
অন্ধবিশ্বাস আমাৰ মানুহৰ মগজুত এনেকুৱাকে সোমাই গ’ল ক’ৰবাত ভাল হাতৰ আখৰৰ চিকিৎসক পালেও ভুৱা যেনহে লাগে।
আনক হাঁহিলে বোলে এদিন নিজৰো তেনেকুৱা হয় সেইবাবে ম‌ই সদায় আম্বানীক চাই চাই হাঁহো।
ম‌ই কিছুমান মানুহৰ নাম্বাৰ এইবাবেই ছেভ কৰি থৈছো যাতে ভৱিষ্যতে তেওঁলোকৰ ফোন আহিলে ভুলতে ৰিছিভ হৈ নাযায়।
যদি কোনোবা ব্যক্তিয়ে কথা কোৱাৰ আগত মুখত থকা গুটখাখিনি পেলাই লয়, তেনেহ’লে বুজিব, তেওঁ নিশ্বয় কিবা ভাল কথায়েই ক’ব।
ক’ৰবাত বিয়া খাবলৈ গ’লেই গৃহস্ত‌ই কয় খোৱা বোৱা কৰি যাব, আৰে ভাই খাবলৈয়েতো আহিছো ম‌ই।
আজিকালিৰ ছোৱালীবোৰে প্ৰেমৰ নামত ল’ৰাবোৰক যেনেকৈ লুটে আগতে ইষ্ট ইণ্ডিয়া কোম্পানীও ভাৰতক তেনেকৈ লুটা নাছিল।
মনত ৰাখিব যিজনীয়ে এদিন চিগাৰেট এৰুৱাইছিলে। সেইজনীয়েই এদিন আপোনাক গাঞ্জা টানিবলৈ বাধ্য কৰাব।
ফেচবুক ইনষ্ট্ৰাগ্ৰামত যিমানেই ফেন ফল’ৱাৰ নাথাকক কিয় চিলিণ্ডাৰ আনিবৰ সময়ত কিন্তু ওচৰ চুবুৰীয়াহে সদায় কামত আহে।
ছোৱালীৰ যিমানেই বেষ্ট ফ্ৰেণ্ড নাথাকক কিয়
ৰিক্সাৰ ভাড়া নিজৰটো নিজেই দিব লাগিব।

Frequently Asked Questions:

1) How can I use Assamese Quotes?

You can read, enjoy and share 1000+ beautiful Assamese Quotes on facebook, Whatsapp etc.

2) Can I impress my girlfriend with Assamese Love Quotes?

Yes, after reading these heart touching Assamese Love Quotes your girlfriend will definitely fall in love with you again.

3) Can I share Assamese Sad Quotes after breakup?

Yes, this post is truly dedicated for all the lovers who wants to express their pain with a broken heart.


Share this:

2 comments

Leave a Reply

Your email address will not be published. Required fields are marked *